Saturday, July 27, 2019

আদৰণি

মই কিছুসময়ৰ পৰা অসমীয়াত blog লিখিবলৈ লৈছো, লাহে লাহে মোৰ অসমীয়া post ৰ সংখ্যা বাঢ়িবলৈ লোৱাত এই নতুন blog টোৰ সৃষ্টি কৰিলো |
আশা ৰাখিছো বন্ধুসকলে ভাল পাব |
মোৰ আগৰ blog টোত (https://rajibprasadsarma.blogspot.com/) ইংৰাজী post খিনি ৰাখিছো |

ধন্যৱাদ
ৰাজীৱ শৰ্ম্মা

No comments:

Post a Comment