Wednesday, April 1, 2020

লকডাউন্ টাইমপাচ্


এতিয়াও লকডাউন শেষ হ'বলৈ প্ৰায় ১৪ দিন আছে। আমাৰ বেচিভাগৰে যেন দিন নাযায় ৰাতি নুপুৱাই অৱস্থা, কি কৰিম ... সময় যেন নাযাইহে নাযাই।
কেতিয়াবা WhatsApp চাইছো, তাৰ হাঁহি উঠা video / post বিলাক চাইছো, আনলৈ forward কৰিছো।
কেতিয়াবা আকৈ facebook অতে সময় কটাইছো, #ImStayingHome, How many people like me ... ইত্য়াদি কৰিছো, কেতিয়াবা আকৈ শুইছো, তথাপি সময় যেন নাযায়।

এই সময়খিনিত আমি অলপ কিবা constructive কাম কৰিব পাৰো নেকি, কিবা নজনা কথা জানিব পাৰো নেকি?

মই নিজে video ৰ জৰিয়তে কিবা কিবি শিকি আছো, তাৰ কিছুমান link মই ইয়াত share কৰিলো, আশা কৰিছো ইয়াৰ দ্বাৰা কোনোবা উপকৃত হ'ব।

Video চাবলৈ link ত click কৰক:

No comments:

Post a Comment