Thursday, December 17, 2020

ইতিহাসৰ সূত্ৰ বিচাৰি: ইংলেন্ডৰ মিউ্জিয়াম্ ভ্ৰমণ


মূল লেখাটো ইয়াত পঢ়ক

২০১৩ চনৰ ৩ আগস্ট, মই আজি লন্ডনৰ ওচৰৰ মিউ্জিয়াম বিলাক চাব ওলাইছো।
মই Worthing ৰ পৰা ট্ৰেইনেৰে আহি London Victoria station পালো।


London Victoria ৰেলৱে station ৰ ভিতৰত।

ইয়াৰ মিউ্জিয়াম চাবলৈ হ'লে কিছুমানত entry fee দিব লাগে, আন কিছুমানত নালাগে।
মোৰ plan হ'ল একেদিনতে যিমান পাৰি মিউ্জিয়াম চোৱাৰ, সেয়েহে মই Victoria station ৰ ওচৰত থকা মিউ্জিয়াম কেইটা চোৱাৰ plan কৰিছো, সন্ধিয়া ওভতি আকৈ Worthing অলৈ যাব লাগিব।
মিউ্জিয়াম কেইটা Victoria station অৰ পৰা walkable distance ত আছে, entry fee এটাতো নালাগে।
প্ৰথমতে মই Natural History Museum লৈ বুলি খোজ দিলো।


References

No comments:

Post a Comment